নতুন অসমীয়া ছবি আহি আছে , পষ্টাৰ ৰিলীজ ।

1 min read

অসমৰ কেইবাগৰাকীও বিশিষ্ট তথা জনপ্ৰিয় ব্যক্তিৰ লগতে কানীন পৰিয়ালৰ কলা-কুশলীৰ উপস্থিতিত বৃহস্পতিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি ITA প্ৰেক্ষাগৃহত উন্মোচিত হয় ‘কানীন’ চিনেমাখনৰ OFFICIAL POSTER

২০১৯ বৰ্ষৰ ২২ মাৰ্চত ছবিগৃহলৈ আহিব কানীন ।

You May Also Like

More From Author