পুত্ৰক আশীৰ্বাদ দিবলৈ শিৱসাগৰত উপস্থিত লুৰীণজ্যোতি গগৈৰ মাতৃ

0 min read

শিৱসাগৰত উপস্থিত হ’ল সদ্য পদত্যাগী আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ মাতৃ। ৮০ৰো উৰ্ধৰ লুৰীণজ্যোতি গগৈৰ মাতৃ দুলুমণি গগৈ বৃহস্পতিবাৰে শিৱসাগৰত তিনিচুকীয়াৰ বৰ লাইপুলিৰ পৰা আত্মীয় সহিতে উপস্থিত হয়।

অসম জাতীয়পৰিষদৰ এক ভিতৰুৱা সূত্ৰই সদৰি কৰা মতে, এজেপিৰ সভাপতিৰ দায়িত্ব দিয়া হ’ব আছুৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক। পুত্ৰই এজেপিৰ সভাপপতিৰ দায়িত্ব লোৱাৰ বাবে আশীৰ্বাদ দিবলৈ শিৱসাগৰত উপস্থিত হৈছে তেওঁৰ মাতৃ।

You May Also Like

More From Author