Site icon Guwahati Times

পেট্ৰ’ল-ডিজেলৰ নতুন দাম জাৰি, চাওক আপোনাৰ চহৰত কিমান দাম আজি

চৰকাৰী তেল কোম্পানীসমূহে প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল-ডিজেলৰ দাম প্ৰকাশ কৰে। দেশত ইন্ধনৰ দাম আন্তঃৰাষ্ট্ৰীয় স্তৰত অপৰিশোধিত তেলৰ দামৰ ওপৰত নিৰ্ভৰ কৰে। অপৰিশোধিত তেলৰ দামৰ উত্থান-পতনৰ ফলত ভাৰতত ইন্ধনৰ দামৰ সালসলনি হয়। বুধবাৰে দেশৰ ৰাজধানী দিল্লীসহ আন মহানগৰত পেট্ৰ’ল-ডিজেলৰ দাম কিমান?

৬ জুনতো পেট্ৰ’ল-ডিজেলৰ নতুন দাম জাৰি কৰা হৈছে। একাংশ চহৰত ইন্ধনৰ দামৰ সামান্য উত্থান-পতন দেখা গৈছে। আহক জানো কোন চহৰত আজি কিমান দাম।

ৰাজধানী দিল্লীত আজি পেট্ৰ’লৰ দাম ৯৪.৭২ টকা, ডিজেলৰ দাম ৮৭.৬২ টকা প্ৰতিলিটাৰত।
মুম্বাইত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৪.২১ টকা, ডিজেলৰ দাম ৯২.১৫ টকা।
কলকাতাত আজি পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১০৩.৯৪ টকা, ডিজেলৰ দাম ৯০.৭৬ টকা।
চেন্নাইত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০০.৯৮ টকা, ডিজেলৰ দাম ৯২.৩৪ টকা।
নয়দাত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৪.৬৬ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৭.৭৬ টকা।
গুৰুগ্ৰামত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৫.০৫ টকা, ডিজেলৰ দাম ৮৭.৯১ টকা।
চণ্ডীগড়ত আজি প্ৰতিলিটাৰ পেট্ৰ’ৰ দাম ৯৪.২৪ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮২.৪০ টকা।
হায়দৰাবাদত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৭.৪১ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৯৫.৬৫ টকা।
জয়পুৰত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৪.৮৮ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৯০.৩৬ টকা।
পাটনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৫.৪২ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৯২.২৭ টকা।
লক্ষ্ণৌত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৪.৫২ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৭.৬১ টকা।
গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৭.২৭ টকা, ডিজেলৰ দাম ৮৯.৫১ টকা।
নিজৰ চহৰৰ পেট্ৰ’ল-ডিজেলৰ শেহতীয়া দাম আপুনি এছএমএছৰ জৰিয়তেও জানিব পাৰে। যদি আপুনি ইণ্ডিয়ান অইলৰ গ্ৰাহক তেন্তে আপুনি RSPৰ সৈতে চহৰৰ কোড লিখি 9224992249 নম্বৰত প্ৰেৰণ কৰিব লাগিব। যদি আপুনি BPCLৰ গ্ৰাহক তেন্তে RSP লিখি 9223112222 নম্বৰলৈ প্ৰেৰণ কৰি পেট্ৰ’ল-ডিজেলৰ দাম জানিব পাৰে। যদি আপুনি HPCL ৰ গ্ৰাহক তেন্তে HP Price লিখি 9222201122লৈ প্ৰেৰণ কৰি পেট্ৰ’ল-ডিজেলৰ শেহতীয়া দান সম্পৰ্কে জানিব পাৰিব।

Exit mobile version