প্ৰথমখন যাত্ৰীবাহী বিমানে অৱতৰণ কৰিলে ছিকিমৰ পাকয়ং বিমানবন্দৰত। – Guwahati Times
October 5, 2018

প্ৰথমখন যাত্ৰীবাহী বিমানে অৱতৰণ কৰিলে ছিকিমৰ পাকয়ং বিমানবন্দৰত।

প্ৰথমখন যাত্ৰীবাহী বিমানে অৱতৰণ কৰিলে ছিকিমৰ পাকয়ং বিমানবন্দৰত।

আজিৰে পৰা পাকয়ং বিমানবন্দৰৰ পৰা আৰম্ভ হ’ল বাণিজ্যিক বিমানসেৱা।

দুপৰীয়া ১.২৫ বজাত কলকাতাৰ পৰা উৰা মৰা বিমানখন ৭২জন যাত্ৰীৰ সৈতে অৱতৰণ কৰে পাকয়ং বিমানবন্দৰত।

NATIONAL DESK, GUWAHATI TIMES

error: Content is protected !!