প্ৰথম পযায়ৰ নিবাচন শেষ হল।ইফালে দ্বিতীয় পযায়ৰ বাবে সাজু কংগ্ৰেছ দল।

1 min read

প্ৰথম পযায়ৰ নিবাচন শেষ হল।ইফালে দ্বিতীয় পযায়ৰ বাবে সাজু কংগ্ৰেছ দল।

হোজাইৰ বিনাকান্দি ব্লকৰ মণ্ডল কংগ্ৰেছ এ আয়োজন কৰা দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে APCC ৰ সাধাৰণ সম্পাদক তথা নগাঁওৰ সদৰ ৰ প্ৰাক্তন বিধায়ক ড৹ দুর্ল্লভ চমুৱা লগতে বহু নেতা কম্মী আৰু তেওঁৰ উপস্থিতিত AIUDF দলৰ বহু সংখ্যক নেতা কর্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।

You May Also Like

More From Author