Site icon Guwahati Times

প্ৰদীপ চন্দ্ৰ শালৈ নতুন মহানগৰ আৰক্ষী আয়ুক্ত

গুৱাহাটী মহানগৰীৰ নতুন আৰক্ষীৰূপে নিযুক্ত হব শীৰ্ষ আৰক্ষী বিষয়া প্ৰদীপ চন্দ্ৰ শালৈ। IPS বিষয়া প্ৰদীপ চন্দ্ৰ শালৈ বৰ্তমান অসম আৰক্ষীৰ প্ৰাশাসনিক শাখাৰ মহাপৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে। নবনিযুক্ত প্ৰদীপ চন্দ্ৰ শালৈ হব চতুৰ্থ গৰাকী মহানগৰ আৰক্ষী আয়ুক্ত।

বৰ্তমানৰ আৰক্ষী আয়ুক্ত হীৰেণ চন্দ্ৰ নাথক অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে।

Exit mobile version