Site icon Guwahati Times

পৰীক্ষা কেন্দ্ৰত কন্যাক প্ৰশ্নোত্তৰ লিখি দিয়া শিক্ষকক গ্ৰেপ্তাৰ৷

  • পৰীক্ষা কেন্দ্ৰত কন্যাক প্ৰশ্নোত্তৰ লিখি দিয়া শিক্ষকক গ্ৰেপ্তাৰ৷
  • সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ শিক্ষক আনোৱাৰুল হক।
  • বাশকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষকজনক ৷
  • নেনা মিয়া বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল আজৱ কাণ্ড৷ SICK ৰুমত পৰীক্ষাত বহা কন্যাক উত্তৰ লিখি দিছিল শিক্ষকজনে৷ ঐচ্ছিক ভাষাৰ পৰীক্ষাৰ দিনাই সংঘটিত হৈছিল এই ঘটনা৷
  • কেমেৰাত বন্দী হৈছিল শিক্ষক পিতৃৰ কাণ্ড৷
Exit mobile version