Site icon Guwahati Times

ফলাফল প্ৰকাশ নহওঁতেই পৰাজয় স্বীকাৰ কৰিলে JDUৰ প্ৰবক্তাই

ফলাফল প্ৰকাশ নহওতেই পৰাজয় স্বীকাৰ কৰিলে নীতিশ কুমাৰ নেতৃত্বাধীন JDUৰ দলে। দলটোৰ এগৰাকী প্ৰবক্তা কে চি ত্যাগীয়ে শেহতীয়াকৈ সংবাদমাধ্যমৰ আগত কয় যে, তেজস্বী যাদৱ নহয় প্ৰাকৃতিক পৰিঘটনাইহে আমাক পৰাজিত কৰিছে।

তেও লগতে কয় যে, বৰ্তমানেও নীতিশ কুমাৰ নাইকিয়া হৈ যোৱা নাই। আৰু তেজস্বী যাদৱেই যে মুখ্যমন্ত্ৰী হব তাৰ কোনো নিশ্চয়তা নাই। তথাপিও আমি পৰাজয় স্বীকাৰ কৰিছো বুলি ত্যাগীয়ে মন্তব্য কৰে।

Exit mobile version