বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত কোৰোনা

0 min read
  • বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।
  • ইফালে এইসময়চোৱাত ২১,১৩১গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ২৭৯গৰাকী ৰোগীৰ মৃত্যু হৈছে।
  • সমগ্ৰ দেশত বৰ্তমানলৈ ১,০২, ০৭, ৮৭১গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছিল।
  • এই সময়চোৱাত ১লাখ ৪৭হাজাৰ ৯০১গৰাকী লোকৰ মৃত্যু হৈছে।

You May Also Like

More From Author