বিগ ব্ৰেকিং নিউজ – Guwahati Times
September 18, 2018

বিগ ব্ৰেকিং নিউজ

২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি সকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% নম্বৰ বা তাতোকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে সেই সকল ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰৰ দৰেই এইবাৰো অসম চৰকাৰৰ তৰফৰ পৰা আনন্দৰাম বৰুৱা বঁটা (লেপটপ) প্ৰদান কৰিব।

উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰী সকলে অহা ইং ১৮/৯/২০১৮ তাৰিখৰ পৰা ২৭/৯/১৮ লৈকে অনলাইন যোগে প পত্ৰ জমা কৰিব লাগিব ।

হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ

error: Content is protected !!