Site icon Guwahati Times

বিজেপি নেতা ৰূপম গোস্বামীক সকীয়নি ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বৰ।

বিজেপি নেতা ৰূপম গোস্বামীক সকীয়নি ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বৰ। শেহতীয়াকৈ এক সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনাবলৈ গৈ ৰূপম গোস্বামীয়ে বড়ো-ৰাভাও বাংলাদেশৰ পৰা অহা বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ বাবেই ৰূপম গোস্বামীক ওভতি ধৰিলে ৰাভা ছাত্ৰ সন্থাই।

তাৰ পিছতে সংবাদ মাধ্যম যোগে নিজৰ ভূল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিলে বি জে পিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

Exit mobile version