Site icon Guwahati Times

বিবাহপাশত আবদ্ধ হ’ল ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল, প্ৰেমিকা ধনশ্ৰীৰ সৈতে মেলিলে যুগ্ম জীৱনৰ পাতনি

ধনশ্ৰী পেছাত এগৰাকী চিকিৎসক। ইয়াৰ উপৰি খুব ভাল নৃত্যশিল্পী। ইউটিউবাৰ হিচাপেও জনপ্ৰিয়।

বিবাহপাশত আবদ্ধ হ’ল ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল। প্ৰেমিকা ধনশ্ৰী বাৰ্মাৰ সৈতেই যুগ্ম জীৱনৰ পাতনি মেলিলে চাহালে। বহুদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল দুয়ো।

ধনশ্ৰী পেছাত এগৰাকী চিকিৎসক। ইয়াৰ উপৰি খুব ভাল নৃত্যশিল্পী। ইউটিউবাৰ হিচাপেও জনপ্ৰিয়। ছচিয়েল মিডিয়াত মাজে সময়ে নাচৰ ভিডিঅ’ শ্বেয়াৰ কৰে ধনশ্ৰীয়ে। আৰু ছচিয়েল মিডিয়াৰ পৰাই সম্পৰ্কলৈ আহিছিল নৱ দম্পতী।

Exit mobile version