বিয়াত বহিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া! আয়তীৰ উৰুলিৰে মুখৰিত হ’ব ৰভাতলী। ২২ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীৰ বিয়া বুলি জানিব পৰা গৈছে। পিছে এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰিয়ালৰ ফালৰ একো আনুষ্ঠানিক ঘোষণা কৰা নাই।