Site icon Guwahati Times

বেলতলাৰ ভগদত্তপুৰত STFৰ অভিযান

অভিযানত দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

আৰক্ষীৰ জালত আকাশ আলী, জয়নাল আলী।

৬৪.৫ গ্ৰাম হেৰ’ইনসহ নগদ ১২ হাজাৰ টকাও জব্দ।

৬টাকৈ ম’বাইল ফোন, এখন পালছাৰ বাহনো জব্দ।

Exit mobile version