Site icon Guwahati Times

ভগৱান শ্ৰী গণেশে লম্বোদৰ অৱতাৰ কিয় লৈছিল ?

ভগৱান শ্রী গণেশৰ ৮অৱতাৰৰ ভিতৰত লম্বোদৰ অৱতাৰো এক অন্যতম।ভগৱান শ্রী গণেশৰ লম্বোদৰ অৱতাৰৰ ৰহস্য –
ক্ৰধাসুৰ নামৰ এটা দৈত্যই সূৰ্য্য দেৱতাৰ উপাসনা কৰি ব্ৰহ্মাণ্ড বিজয়ৰ বৰদান ললে।ক্ৰধাসুৰৰ এই বৰদানৰ বাবে সকলো দেৱতাগণৰ ভয় হল।ক্ৰধাসুৰ দেৱতাগণৰ লগত যুদ্ধ কৰিবলৈ ওলালে। তেতিয়া গণপতিয়ে লম্বোদৰ অৱতাৰ লৈ সকলোকে ৰক্ষা কৰিলে।আৰু ক্ৰধাসুৰক বুজালে যে, এই সংসাৰত অজেয় যুদ্ধ হব নোৱাৰে।ক্ৰধাসুৰে লম্বোদৰৰ কথা বুজি নিজৰ বিজয়ৰ যুদ্ধ অভিযান আগনবঢ়ালে, আৰু পাতাল লোকলৈ গুচি গলগৈ।

ক্ৰধাসুৰৰ বাবে, গণপতিয়ে লম্বোদৰ অৱতাৰ লৈছিল।

জয় শ্ৰী গণেশ…

Exit mobile version