Site icon Guwahati Times

ভুলতেও নকৰিব এইকেইটা কাম! হ’ব সৰ্বনাশ! অভাৱ-অশান্তিয়ে লগ নেৰিব! খালি হ’ব পকেট

আপুনি ব্যৱহাৰ কৰা এই বস্তুকেইটা কোনো লোককে ধাৰ নিদিব। এনেকুৱা বস্ত ধাৰ দিলেই আপোনাৰ জীৱনত হ’ব বৃহৎ অঘটন! সৰ্বনাশ হৈ যাব আপোনাৰ জীৱন। জীৱনত আহিব মাথোঁ বাধা আৰু বাধা। জীৱনৰ পৰা আঁতৰ নহ’ব অভাৱৰ।

টকা-পইচা আমাৰ জীৱনত বহুতে ধাৰ বিচাৰি থাকে। মানুহৰ প্ৰয়োজনীয় সময়ত বহুতে টকা-পইচা ধাৰ দিয়ে। আপুনি জানেনে টকা-পইচা ধাৰ দিয়াটো ভাল কাম হয় নে? কিন্তু আপুনি ব্যৱহাৰ কৰা এনেকুৱা কি বস্তু আছে যিবোৰ বস্তু আপুনি ধাৰলৈ দিলে আপোনাৰ জীৱনত সৰ্বনাশ হ’ব?

কলম: আপুনি কেতিয়াও ৰলম ধাৰলৈ নিদিব। কলম লিখা-পঢ়া কামত ব্যৱহাৰ কৰা হয়। এনেকুৱা কৰিলে আপোনাৰ ভাগ্য আন দিয়া হয়। কলম উপহাৰ দিলে জীৱনত উন্নতিত বাধা হৈ পৰে

ৰুমাল: আপুনি জীৱনত কেতিয়াও কাকো ৰুমাল ধাৰলৈ নিদিব। কাৰোবাক ৰুমাল ধাৰলৈ দিয়া মানে আপোনাৰ জীৱনলৈ সৰ্বনাশ। ৰুমাল যাক দিয়ে তাৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হ’ব। সংসাৰত অভাবে লগ নেৰা হ’ব। সদায় নিজৰ বেগত ধনৰ সৈতে ৰুমাল ৰাখিব। তেতিয়া আৰ্থিক উন্নতি হ’ব।

বহী: আপুনি কেতিয়াও কাকো বহী ধাৰলৈ নিদিব। বহী ধাৰলৈ দিলে আপোনাৰ জীৱনত ক্ষতি হয়। আপোনাৰ জীৱনৰ শান্তি নষ্ট হ’ব। নতুন বহী কিনি দিব পাৰে, কিন্তু ঘৰৰ পৰা কোনো বেলেগক বহী নিদিব।

কাপোৰ: আপুনি কেতিয়াও কোনো লোকক কাপোৰ ধাৰলৈ নিদিব। কাপোৰ দিলে নতুন কাপোৰ দিব, পুৰণি ব্যৱহাৰ কৰা কাপোৰ দিলে জীৱনত নেতিবাচক প্ৰভাৱ পৰিব!

Exit mobile version