Site icon Guwahati Times

মহানগৰীত নিশা ব’লব’মৰ ভক্ত কঢ়িওৱা টেম্প’ দুৰ্ঘটনাগ্ৰস্ত।

মহানগৰীত নিশা ব’লব’মৰ ভক্ত কঢ়িওৱা টেম্প’ দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে টেম্প’খন। নতুন বিধান সভা চৌহদৰ সমীপত এই দুৰ্ঘটনা। দুৰ্ঘটনাত বাহনখনত থকা আটাইকেইজন যাত্ৰী আহত। বাহনখনত আছিল প্ৰায় ১২জনকৈ ভক্ত। চালকৰ বিৰুদ্ধে সুৰাপান কৰি বাহন চলোৱাৰ অভিযোগ

Exit mobile version