Site icon Guwahati Times

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ভুৱা প্ৰতিশ্ৰুতিৰ মহানায়ক” – সাংসদ অজিত কুমাৰ ভূঞা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈ পৰিছে সাংসদ অজিত কুমাৰ ভূঞা। হিমন্ত বিশ্ব শৰ্মাক ভুৱা প্ৰতিশ্ৰুতিৰ মহানায়ক আখ্যা দিছে ৰাজ্যসভাৰ সাংসদ ভূঞাই। ভেল্কিবাজিৰে যোৱ দুটা বছৰ অসমৰ ৰাইজক বহুত ঠগিলে বুলি অজিত কুমাৰ ভূঞাই অভিযোগ কৰে।

বিশিষ্ট সাংবাদিক তথা সাংসদগৰাকীৰ মতে দেউলীয়া চৰকাৰক কেগে সতৰ্ক কৰি দিয়াটো অতি দুৰ্ভাগ্যজনক। আজিৰ দিনত ১ কোটি ৩২ লাখ টকাৰ ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ১৪ এপ্ৰিলত ১৫ মিনিটত ১০০ কোটি ব্যয় কৰাৰ আঁৰত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত স্বাৰ্থ লুকাই আছে বুলি কয় অজিত কুমাৰ ভূঞাই।

Exit mobile version