- কামাখ্যা মন্দিৰত পৰিদৰ্শন কৰি মা কামাখ্যাৰ আৰ্শীবাদ ললে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়ে তেওঁক।
- কামাখ্যাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
- ইয়াৰ পিছতে মণিপুৰলৈ যাত্ৰা কৰিব অমিত শ্বাহে।
- উল্লেখ্য দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণত আছে অমিত শ্বাহ।