Site icon Guwahati Times

লক্ষ্মী-নাৰায়ণৰ পূজা বিধি!

লক্ষ্মী-নাৰায়ণৰ ব্ৰতত দেৱী শ্ৰী লক্ষ্মী আৰু ভগৱান নাৰায়ণৰ সংযুক্ত স্বৰূপক পূজা কৰা হয়।এই পূজা কৰিলে ঘৰত-কেতিয়াও ধন-সম্পদৰ অভাৱ নহয়।শ্ৰী লক্ষ্মী-নাৰায়ণৰ ব্ৰতক দৰিদ্ৰতাক দূৰ কৰাৰ এক শুভ উপায় বুলিও কোৱা হয়।এই দিনা ঘৰত পূজা-পাঠৰ লগতে-যজ্ঞ আদি অনুষ্ঠান কৰিলেও সম্পন্নতাৰ দুৱাৰ মুকলি হয়।

লক্ষ্মী-নাৰায়ণৰ পূজা কেতিয়া কৰিব লাগে!

Exit mobile version