লক ডাউনৰ সময়ত গুৱাহাটীৰ ৰাজপথত ৰাছিয়ান পৰ্যটক – Guwahati Times

লক ডাউনৰ সময়ত গুৱাহাটীৰ ৰাজপথত ৰাছিয়ান পৰ্যটক

আমিনা নামৰ ৰাছিয়াৰ যুৱতী এগৰাকীক খ্ৰীষ্টানবষ্টিত উদ্ধাৰ কৰে সাংবাদিক আৰু আৰক্ষীৰ দলে।  ‘হোম কোৱাৰেইন্টাইন’ হৈ থকা যুৱতীগৰাকী আছিল মহানগৰীৰ এখন অভিজাত হোটেলত। কিন্তু হোটেলত নিতৌ পাঁচ হাজাৰ টকা ব্যায় কৰিব লগা হোৱাত  অসুবিধাত পৰে যুৱতীগৰাকী। যাৰ ফলত হোটেলৰ পৰা বাহিৰলৈ ওলাই আহে।

এতিয়া যুৱতীগৰাকীৰ স্বাস্থ্য পুনৰ পৰীক্ষা কৰোৱা হ’ব আৰু যদি সকলো ঠিকে থাকে  তেন্তে তেওঁক কম খৰচৰ হোটেলত থকাৰ ব্যৱস্থা কৰি দিব বুলি জনাইছে আৰক্ষীয়ে।

 

 

 

error: Content is protected !!