Site icon Guwahati Times

শণিদেৱৰ আৰ্শীবাদ লাভ কৰো আহঁক

শণিদেৱ সদায়ে এনে গ্ৰহ নামেৰে জনা যায়, যাৰ বেয়া দৃষ্টি যদি পৰে, তেতিয়া কাৰোবাৰ সুখক পলকতে দুখলে পৰিণত কৰিব পাৰে। শণিদেৱ সদায়ে ক্ৰুৰ ভাৱৰ মনা হয়। যেতিয়া শণিদেৱৰ কথা হয়, তেতিয়া সকলোৰে মনত এটা ভয় সোমাই পৰে। শণিদেৱক ন্যায়ৰ মূৰ্তি বুলিও কোৱা হয়। কৰ্ম অনুসাৰে শণিদেৱে ফল দিয়ে। ( Religious Studies )

যদি তেওঁ ৰুষ্ট হয় যায় তেতিয়া, আপোনাৰ জীৱন ধ্বংস হোৱা বুলি ধৰি লওক। শণি দশাৰপৰা কেনেদৰে ৰক্ষা পাবৰ বাবে, সঠিক সময়ত পূজন কৰি, কেনেকৈ জনা যায় কোনো ব্যক্তি ওপৰত বেয়া দৃষ্টি পৰিছে! এনে কিছু সংকেত পোৱা যায় যেতিয়া চকুতপৰে শণিদেৱে কাৰোবাৰ ওপৰত ক্ৰোদ্ধ দৃষ্টি পেলায়।

১/আপোনাৰ ঘৰ সদায়ে চাফ চিকুন কৰাৰ পাছত যদি মকৰাই ঘৰ বনাই, ইয়াৰ অৰ্থ এয়া যে, আপোনাৰ ওপৰত শণি দশা ভাল নহয়।

২/আপোনাৰ ঘৰত যদি আঁহত গছৰ পুলি ওলাইছে, তেতিয়াও শণিদেৱ আপোনাৰ ওপৰত ভাল নহয়।

৩/যদি আপুনি বাৰে বাৰে থোপ খায় পৰুৱা দেখা পাইছে, ইয়াৰো অৰ্থ এয়া যে, আপোনাৰ ওপৰত শণিদেৱ অসামান্য হৈ গৈছে। (Religious Studies)

এই তিনিটা কথায় আপোনাৰ ওপৰত বেয়া দৃষ্টি পৰাৰ সকলোতকৈ ডাঙৰ সংকেত হয়। ইয়াৰ উপৰিও কলা ৰংৰ মেকুৰী আপুনি ঘৰৰ আশে পাশে সদায়ে দেখা পাইছে, তেতিয়া এয়াও এক অশুভ সংকেত হয়। ইয়াৰ অৰ্থ এয়া যে, আপোনাৰ ওপৰত শণিদেৱৰ ছায়া পৰিছে। যিয়ে আহিব লগা দিনত আপোনাৰ সমস্যা বঢ়াব। ইয়াৰ লগতে আৰু এটা এনে সংকেত যিয়ে কয় যে, শণিদেৱৰ বেয়া দৃষ্টি আপোনাৰ ওপৰত ইতিমধ্যে পৰিলে। সেয়া হল যে, বাৰে বাৰে আপোনাৰ কাজিয়া হৈছে, তেতিয়া বুজিব আপোনাৰ শণি সঠিক দিশত নাই।

সংকেতসমূহ পোৱা পাছত আপুনি সোনকালে শণিদেৱৰ পূজা অৰ্চনা কৰিব লাগে। আৰু তেওঁৰ ওচৰত নিজৰ ভুলৰ ক্ষমা বিচাৰিব লাগে।শণিদেৱ যিমান ক্ৰোধ স্বভাৱৰ হয়, সিমানে আকৌ দয়ালু হয়। শণিদেৱে অতি সোনকালে নিজৰ ভক্তক ক্ষমা কৰি দিয়ে। এনে সময়ত শণিদেৱৰ বিধি অনুসাৰে পূজা অৰ্চনা কৰিলে নিদৰ কুণ্ডলীৰ পৰা শণিদেৱৰ বেয়া দৃষ্টি প্ৰভাৱক আঁতৰাব পৰা যায়।।

Exit mobile version