Site icon Guwahati Times

শহুৰেকৰ সৈতে অবৈধ সম্পৰ্ক বোৱাৰীৰ! ঘৰৰ মানুহক শ্লিপিং টেবলেট খোৱাই মাজ নিশা পলাই গ’ল শহুৰ-বোৱাৰী

কোৱা হয় যে, বোৱাৰী আৰু শহুৰৰ সম্পৰ্ক পিতৃ আৰু কন্যাৰ সম্পৰ্কৰ দৰেই পৰিত্ৰ। কিন্তু হাৰিয়ানাত মাজ নিশা শহুৰেকে পলুৱাই লৈ গ’ল বোৱাৰীয়েকক।

চিচি টিভি কেমেৰাত ধৰা পৰিল ঘটনা-

দৰাচলতে যোৱা ডিচেম্বৰ মাহতে হাৰিয়ানাৰ পাণিপথ চহৰত সংঘটিত হৈছিল এই ঘটনা। যেতিয়া দুৰ্ভগীয়া স্বামীয়ে পিতৃ আৰু পত্নী সন্ধানহীন হোৱা বুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। মিডিয়াৰ সন্মুখলৈ ঘটনাটো আৰক্ষীয়ে চিচি টিভি ফুটেজ পৰীক্ষা কৰাৰ পিছত  আহিছিল।

ঘৰৰ মানুহক শ্লিপিং টেবলেট খোৱাই ৰচনা কৰিছিল প্লেন-

আৰক্ষীৰ ওচৰত স্বীকাৰ কৰা মতে, অভিযুক্ত শহুৰৰ সৈতে অবৈধ সম্পৰ্ক আছিল বোৱাৰীৰ। লাহে লাহে গভীৰ হয় দুয়োৰে প্ৰেম। আনকি একেলগে সংসাৰ কৰাৰো পৰিকল্পনা কৰে। কিন্তু ঘৰৰ অন্যান্য লোকৰ বাবে এয়া সম্ভৱ হৈ উঠা নাছিল। সেয়েহে দুয়ো ঘৰৰ পৰা পলাই যোৱাৰ প্লেন বনায়। আৰু অৱশেষত ডিচেম্বৰ মাহত ঘৰৰ মানুহক অচেতন কৰি মাজ নিশা পলাই যায় দুয়ো।

ঘৰৰ বাহিৰত লগ কৰিছিল সঘনে

এই ঘটনাৰ পিছত মহিলাগৰাকীৰ স্বামী লাজে অপমানে জৰ্জৰিত হৈছে। স্থানীয় লোকে জনোৱা মতে, শহুৰ আৰু বোৱাৰীক ঘৰৰ বাহিৰত একেলগে দেখে যদিও, কোনো দিন এনে সম্পৰ্ক আছে বুলি কল্পনা কৰা নাছিল।

শহুৰতকৈ প্ৰায় ৩০ বছৰ সৰু বোৱাৰী।

Exit mobile version