Site icon Guwahati Times

সাৱধান মহানগৰবাসীঃ গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত

মহানগৰীৰ ভূমিস্খলনপ্ৰৱণ এলেকাৰ বাসিন্দালৈ সতৰ্কতা জাৰি

ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা ৰাইজক আঁতৰি থকাৰ নিৰ্দেশনা

কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা

গুৱাহাটীৰ ১৫ টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত

এই তালিকাত আছে চানমাৰি,কাহিলিপাৰা,খানাপাৰা,বোন্দা ইত্যাদি

Exit mobile version