Site icon Guwahati Times

হিমা দাসৰ সৈতে দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

 

বিগ ব্ৰেকিং নিউজ
Guwahati Times গুৱাহাটী টাইমচ

বিশ্ব বিজয়ী এথলীট এছিয়াড হিমা দাসৰ সৈতে দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই মত বিনিময় কৰে।

সন্মানীয় ‘অৰ্জুন বঁটা’ৰ বাবে নিৰ্বাচিত হোৱা বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version