Site icon Guwahati Times

হ্ৰাস হ’ব বিলাহীৰ দাম, চৰকাৰে লৈছে বিশেষ পদক্ষেপ

খাদ্য মন্ত্ৰালয়ৰ উপভোক্তা পৰিক্ৰমা বিভাগে বিলাহী প্ৰতি কিলোগ্ৰামত ৯০ টকা ৰাজ সাহায্যযুক্ত হাৰত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ এই হস্তক্ষেপৰ ফলত বিলাহীৰ পাইকাৰী মূল্য হ্ৰাস পাইছে।

আজিৰ পৰা অৰ্থাৎ ১৬ জুলাই, ২০২৩ ৰ দেওবাৰৰ পৰা প্ৰতি কিলোগ্ৰামত ৮০ টকাকৈ বিলাহী বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।

দিল্লী, নয়ডা, লক্ষ্ণৌ, কানপুৰ, বাৰনাসী আদিত আজি নিৰ্ধাৰিত কৰা মূল্যত বিক্ৰী আৰম্ভ হৈছে। পৰৱৰ্তী সময়ত ই অন্য চহৰলৈ সম্প্ৰসাৰিত হ’ব। গতিকে অন্য চহৰ সমূহতো এতিয়া বিলাহীৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version