Site icon Guwahati Times

ৰাজ্যত বতৰে ল’ব কালৰূপ! ৩খন জিলাত Orange Alert আৰু ১৯খনকৈ জিলাত Yellow Alert

কাইলৈৰ পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত আৰম্ভ হৈছে বৰষুণ।

কিন্তু পুনৰ ৩ জিলাত Orange Alert আৰু ১৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

কোকৰাঝাৰ, চিৰাং, বাক্সা জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, দৰং জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, মাজুলী জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, কাৰ্বি আংলং আৰু কৰিমগঞ্জ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Orange Alert আৰু Yellow Alert জাৰি কৰা জিলা সমূহত অতিপাত বৰষুণ।

Exit mobile version