অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বিভিন্ন দুষ্পাপ্য প্ৰজাতিৰ ২৫ টা বন্যপ্ৰাণী বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ

1 min read

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বিভিন্ন দুষ্পাপ্য প্ৰজাতিৰ ২৫ টা বন্যপ্ৰাণী বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ । অভিযোগ উত্থাপন কৰিলে চিৰিয়াখানা সুৰক্ষা মঞ্চ ৰ সভাপতি ৰাজকুমাৰ বৈশ্যই। আজি নিশা প্ৰায় ০৮.০০ বজাৰ পাছত চাৰিখন ট্ৰাক যোগে বন্যপ্ৰাণী কেইটাক সৰবৰাহ কৰাৰ অভিযোগ উত্থান কৰে বৈশ্যই।

Watch Video

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author