Site icon Guwahati Times

অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত দ্বিবন ডেকা…

অৱশেষত গ্ৰেপ্তাৰ কৰিলে দ্বীবন ডেকাক।

চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডেকাক।

ইফালে সোধ-পোছৰ অন্তত অন্তত যাবলৈ দিয়ে সদ্য অপসাৰিত বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক।

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰে নাম সাঙোৰ খাইছিল ডেকাৰ।

শুকুৰবাৰে পুৱা জেৰাৰ বাবে মাতিছিল আৰক্ষীয়ে।

দিনটোৰ সোধ-পোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় দ্বীবন ডেকাক।

ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ প্ৰেৰণ কৰিছিল তেওঁ।

দ্বীবনৰ বিৰুদ্ধে আন এজন অভিযুক্ত অভিমন্যু দাসেও তুলিছিল গুৰুতৰ অভিযোগ।

এছ আই কেলেংকাৰীৰে জড়িত হৈ কাৰাগাৰলৈ যোৱা দ্বীবন ডেকা কিছু দিনপ পূৰ্বে আহিছিল মুকলি আকাশৰ তললৈ।

Exit mobile version