Site icon Guwahati Times

অৱশেষত ৰিজাৰ্ভ ক্ল’জ হ’ল ভিডিঅ’ কৰা আৰক্ষীৰ

শ্রদ্ধাঞ্জলি উৰণ সেতুত সুৰামত্ত যুৱতীৰ ভিডিঅ’ কৰিছিল ৰাজু ক্ৰৈীয়ে

যুৱতীগৰাকীয়ে বাৰে বাৰে বাধা দিয়াৰ পিছতো কৰিছিল ভিডিঅ’

থানালৈ নিয়াৰ পৰিৱৰ্তে ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ

শীঘ্ৰে DCP কার্যালয়লৈ তলব কৰা হৈছে আৰক্ষীজনক

এতিয়াও ব্যৱস্থা লোৱা নাই ঘটনাস্থলীত উপস্থিত আন আৰক্ষীৰ বিৰুদ্ধে

Exit mobile version