Site icon Guwahati Times

আকৌ ৰাজ্যৰ কেইবাখনো জিলাত Orange Alert আৰু Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ল’ব পাৰে বতৰ। ইতিমধ্যে নগাঁও আৰু কাছাৰ জিলাৰ ভিন্নপ্ৰান্ত বানত বিধ্বস্ত হৈ পৰিছে। তাৰ মাজতে কেইবাখন জিলাত Orange Alert আৰু Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, তামুলপুৰ, বজালী, নলবাৰী, বৰপেটা, গোৱালপাৰা, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, মাজুলী, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত ৬ জুনত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, তামুলপুৰ, বজালী, গোৱালপাৰা, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, হাইলাকান্দি, কৰিমগঞ্জ, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া জিলাত ৭ জুনত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

বৰপেটা, ডিমা হাচাও, কাছাৰ, গোলাঘাট, ডিব্ৰুগড় ৭ জুনত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

চিৰাং, বাক্সা, গোৱালপাৰা, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, যোৰাহাট, শিৱসাগৰ, চৰাইদেউ জিলাত ৮ জুনত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Exit mobile version