Site icon Guwahati Times

আজমলৰ সমৰ্থকৰ ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি

শিলচৰ বিমান বন্দৰত বদৰুদ্দিন আজমলৰ সমৰ্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনি।আজি গুৱাহাটীৰ পৰা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে একাংশ সমৰ্থকে দিলে দেশদ্ৰোহিতাৰ পৰিচয়। তাৰ পাছতে বিমান বন্দৰত সৃষ্টি হয় হূলস্থুলীয়া পৰিৱেশৰ। এই ঘটনাক লৈ এতিয়া বৰাক উপত্যকাৰ লগতে সমগ্ৰ ৰাজ্যতে তীব্ৰ  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
চাৰিদিনৰ বাবে শিলচৰ ভ্ৰমণলৈ গৈছে বদৰুদ্দিন আজমল। আগন্তুক নিৰ্বাচনৰ বাবে দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মিলিত হ’ব বৈঠকত। বৰাকত ১২খন আসনত জয়ী হ’ব বুলি মন্তব্য কৰে AIUDFৰ নেতা-কৰ্মীসকলে।

Exit mobile version