Site icon Guwahati Times

আজি পবিত্ৰ কৰম পূজা!

কৰম পূজা মূলতঃ অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত উদযাপন কৰা জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। ই এক কৃষিভিত্তিক পৰ্ব।

অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত অতি উলাহ-মালহেৰে পালন কৰা হয় এই উৎসৱ। ইতিমধ্যে এই পৰ্ব উপলক্ষে চাহ জনগোষ্ঠীয় অঞ্চলসমূহত ব্যাপক আয়োজন কৰা হৈছে। ঠাই বিশেষে এই উৎসৱ ৩ দিন,৫দিন তথা ৭দিন পৰ্য্যন্ত পালন কৰা হয়।

Exit mobile version