
পুনৰ খ্যাদৰ সন্ধানত মানুহৰ ঘৰত প্ৰৱেশ নাহৰফুটুকীৰ।
কামাখ্যাৰ পাণ্ডা সুশেন প্ৰসাদৰ ঘৰত নাহৰফুটুকী।
নাহৰফুটুকীৰ আক্ৰমণত আহত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত তিনিজনকৈ লোক।
আহত তিনি ব্যক্তিক সঞ্জীৱনী হস্পিতাল ভৰ্তি কৰোৱা হয় ।
নাহৰফুটুকীৰ আক্ৰমণত সঞ্জীৱনী ত ভৰ্তি সুশেন প্ৰসাদ পাণ্ডা, গীতা দেৱী আৰু জয়ন্তী দেৱী।
Dipanjali Sarma report, Guwahati Times.

