শুক্ৰবাৰৰ পৰা ভিভাণ্টা ৱাই তাজত ভাৰতৰ জনপ্ৰিয় জুৱেলাৰী বেণ্ড আভোষণে ( ABHUSHAN) অসমত পোন প্ৰথমবাৰৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা অলংকাৰ সমূহৰ প্ৰদৰ্শনীৰ বাবে এক প্ৰদৰ্শনীৰ আয়োজন কৰিছে ।
ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চৰ চেয়াৰমেন ৰাজীৱ সিং,
অসমৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীৰ লগতে গুৱাহাটীৰ ভালেকেইটা জুৱেলাৰীৰ স্বত্তাধীকাৰী সকল উপস্থিত থাকি আনুষ্ঠানৰ শুভাৰম্ভণি কৰে ।
দীপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ