Site icon Guwahati Times

আমগুৰিৰ চাৰিং বাৰুৱতীত বীৰাংগণা সতী সাধনী স্মৃতি দিৱস উদযাপন

সদৌ চুতীয়া জাতীয় সন্মিলন,চুতীয়া জাতি যুৱ সন্মিলন আৰু চুতীয়া জাতি মহিলা সন্মিলন চাৰিং আঞ্চলিক,মোমাই তামুলী আঞ্চলিক আৰু ভূঞাহাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ চাৰিং বাসী ৰাইজৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ আমগুৰিৰ চাৰিং বাৰুৱতীস্থিত সতী সাধনী শিশু উদ্যান আৰু বৰুৱা ৰংগমঞ্চত বীৰাংগণা সতী সাধনী স্মৃতি দিৱস উদযাপন কৰা হয়।পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় বীৰাংগণা সতী সাধনী স্মৃতি দিৱস।

Exit mobile version