Site icon Guwahati Times

এইজন ই-ৰিক্সাচলকে সততাৰে জিনিলে এগৰাকী ব্যক্তিৰ হৃদয়…

🔴 তেজপুৰৰ আব্দুল মুনাফ নামৰ লোকজনে চিমেণ্ট ক্ৰয় কৰি ৪৮০০ টকাৰ সলনি ই-ৰিক্সাচলকৰ হাতত দিছিল ৪০৮০০ টকা।

🔴 টকা হিচাপ কৰি বেছিকৈ পোৱাত পুনৰ লোকজনৰ ঘৰলৈ আহি ঘূৰাই দিছে বেছি হোৱা টকাখিনি।

Exit mobile version