Site icon Guwahati Times

এইবাৰ নগাঁৱত কৰিশ্মা নাথ। নগাঁৱত প্ৰথম বাৰৰ বাবে নাগাৰা নাম পৰিবেশন কৰিলে কৰিশ্মা নাথে।

নগাঁৱত এইবাৰ কৰিশ্মা নাথ।

মধ্য অসমৰ নগাঁৱত প্ৰথম বাৰৰ বাবে আহি নাগাৰা নাম পৰিবেশন কৰিলে শিল্পী কৰিশ্মা নাথে।

নগাঁৱৰ মৰিকলঙৰ অনুৰাগ শইকীয়া নামৰ ব্যক্তি গৰাকীৰ বাসগৃহত নাগাৰা নাম পৰিৱেশন কৰি নগঞা ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হয় কৰিশ্মা নাথৰ লগতে নাগাৰ নামৰ শিল্পী দলটোৱে।

Watch Video

Exit mobile version