হোলীৰ আনন্দৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাৰে পৰা হৈ আছে কিনকিনীয়া বৰষুণ।
আজি সমগ্ৰ ৰাজ্যতে হ’বল মুষলধাৰ বৰষুণ আৰু বজ্ৰপাত।
সমগ্ৰ অসমতে আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
গুৱাহাটীকে ধৰি অসমৰ প্ৰতিখন জিলাতে হ’ব আজি ধাৰাসাৰ বৰষুণ।
এই কেইখন জিলাত হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্কবাণী দিলে বতৰ বিজ্ঞান বিভাগে!

