Site icon Guwahati Times

এই তিনি ৰাশিৰ ওপৰত শনিৰ মহাকৃপা! টকা–পইচা ওপচাই দিব সূৰ্যপুত্ৰই

জ্যোতিষ শাস্ত্ৰ মতে শনি অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ। শনিৰ কৃপাত জীৱন অত্যন্ত ভাল হ’ব পাৰে যদি কুষ্ঠিত শনিৰ অৱস্থান ভাল হয়। (প্ৰতীকী ফটো)

এই চাৰি ৰাশিৰ জীৱন হ’ব সুন্দৰ, শনিয়ে তেওঁৰ প্ৰিয় মূল ত্ৰিকোণ ৰাশি কুম্ভ ৰাশিত থাকিব আগন্তুক ২০২৫ চন পৰ্যন্ত (প্ৰতীকী ফটো)

শনিৰ বক্ৰি ৰূপ যিদৰে প্ৰতিটো ৰাশিৰ ওপৰত প্ৰভাৱ পৰে, তেনেদৰে মাৰ্গি অৱতাৰত শনিয়ে প্ৰভাৱ পেলাব ১২টা ৰাশিৰ ওপৰত। (প্ৰতীকী ফটো)

কিন্তু সফলতাৰ শীৰ্ষত আৰোহণ কৰিব ৩ ৰাশিৰ জাতক–জাতিকাসকল। প্ৰচূৰ পৰিমাণৰ টকা হাতলৈ আহিব। (প্ৰতীকী ফটো)

কৰ্মজীৱন অত্যন্ত সুন্দৰ হ’ব, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অগ্ৰগতি হ’ব এই ৰাশিৰ জাতক–জাতিকাসকলৰ। (প্ৰতীকী ফটো)

সিংহ ৰাশিৰ জাতক–জাতিকাসকলে শনিৰ মাৰ্গিত বিৰাট প্ৰভাৱিত হ’ব। ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব জাতক–জাতিকাসকলে। (প্ৰতীকী ফটো)

পাবলগীয়া ধন ঘূৰাই পাব। পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক হ’ব। যিকোনো সমস্যাৰ সমাধান হ’ব অতি সহজতে। (প্ৰতীকী ফটো)

প্ৰচূৰ পৰিশ্ৰম হ’ব। আয় বাঢ়িব, সকলোবোৰ ভাল হ’ব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা উপচি পৰিব। (প্ৰতীকী ফটো)

কুম্ভ ৰাশিৰ জাতক–জাতিকাসকল শনিৰ মাৰ্গিত প্ৰত্যক্ষ সুযোগ পাব। সকলোতকৈ বেছি সুবিধা পাব এই ৰাশিৰ জাতক–জাতিকাই। (প্ৰতীকী ফটো)

কুম্ভ ৰাশিৰ জাতক–জাতিকাসকলো ভাল হ’ব। সাহস আৰু পৰাক্ৰম বাঢ়িব, জীৱনত আৰাম বাঢ়িব, লগতে লাভ কৰিব বিলাসিতা। (প্ৰতীকী ফটো)

Exit mobile version