Site icon Guwahati Times

এছিয়াৰ ভিতৰতে বৰ্ষীয়ান হাতী বিজুলী প্ৰসাদ আৰু নাই

এছিয়াৰ ভিতৰতে বৰ্ষীয়ান হাতী বিজুলী প্ৰসাদ আৰু নাই। বৃহৎ চাহ গোষ্ঠী জৰ্জ উলিয়ামচন মেগৰ কোম্পানীৰ প্ৰতীক আছিল এই ঘৰচীয়া হাতীটো।পোৱালি অৱস্থাতে ৩০/৪০ দশকত দিকৰাইৰ পৰা বৰগাং চাহ বাগিচালৈ আনিছিল বিজুলী প্ৰসাদক। শেহতীয়াকৈ বিজুলী প্ৰসাদ আছিল বিহালী চাহ বাগিচাত

Exit mobile version