Site icon Guwahati Times

ওদালগুৰিত চহৰৰ পৰা সন্ধানহিন!

যোৱা কালি ইং ২৩/০৫/২০২৩ তাৰিখ মঙ্গলবাৰে মোৰ পত্নী শ্ৰীমনিকা ৰাভা (এটি কন্যা সন্তাৰ মাতৃ) ৰাতিপূৱা ৮ বজাত ওদালগুৰিত চহৰত বিশেষ কাম আছে বুলি ঘৰৰ পৰা ওলাই যায়।প্ৰায় ২টা মান বজাত ঘৰলৈ ঘুৰি নহাত ফোন কৰিবলৈ লওতে ফোনটো বন্ধ হোৱা বুলি কয় এতিয়ালৈ বন্ধ হৈয়ে আছে। অৰ্থাৎ মানুজনী নিৰুদ্দেশ হৈ আছে। সদাশয় ব্যক্তিয়ে দেখা বা খৱৰ পালে এই নম্বৰত যোগাযোগ কৰিৱ বুলি আশা কৰিলোঁ।
৭০৮৬৫৭১০৪০
৮৪৭৩৮৫১৩৯৭
স্বামী:-শ্ৰীৰণজিৎ ৰাভা
গাঁও-দৰঙ্গী পাৰা
পো:অ:-নলখামাৰা।
থানা:-ওদালগুৰি।
জিলা:-ওদালগুৰি (বি,টি,আৰ )অসম।

শ্ৰী ৰণজিৎ ৰাভা
৭০৮৬৫৭১০৪০
৮৪৭৩৮৫১৩৯৭

Exit mobile version