Site icon Guwahati Times

কি আছিল পৰিকল্পনা? কোনে প্রলোভন দি মাতি নিছিল গুৱাহাটীৰ দুই ছাত্রীক?

উল্লেখযোগ্য যে বুধবাৰে গুৱাহাটীৰ পৰা সন্ধানহীন হৈছিল দুই ছাত্ৰী। তাৰ পিছতে সন্ধানহীন ছাত্ৰীৰ ম’বাইলৰ পৰা আত্মীয়লৈ WhatsApp মেছেজো প্ৰেৰণ কৰা হৈছিল। মেছেজত দুয়োগৰাকী ছাত্ৰী নিজৰ ইচ্ছা মতেই ওলাই যোৱা বুলি লিখা হৈছিল। ঘৰত বহু অশান্তি পোৱা বুলি উল্লেখ কৰি ৫ বছৰৰ পিছত ঘূৰি অহা কথা লিখিছিল উক্ত মেছেজত। কিন্তু সন্ধানহীন হোৱাৰ এদিন পিছতে আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োগৰাকী ছাত্ৰীক।

Exit mobile version