সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ সমাপ্ত? কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব শৰণীয়াই। নৱ কুমাৰ শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বৃহস্পতিবাৰে এই ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কোকৰাঝাৰ সমষ্টিৰ দুবাৰৰ সাংসদ নৱ শৰণীয়া। এইবাৰ নিৰ্বাচনত দিব নোৱাৰিব মনোনয়ন পত্ৰ। কিন্তু আন সমষ্টিত নিৰ্বাচন খেলিব পাৰিব শৰণীয়াই।
কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই, নৱ শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

