কৰিশ্মা নাথৰ নামত দালালিত নামিছে নেকি একাংশই? GTM Desk 3 years ago কৰিশ্মা নাথৰ নামত দালালিত নামিছে নেকি একাংশই? প্ৰথমে মন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰূপে পৰিচয় দিছিল জয়ন্ত শইকীয়াই। পঞ্চায়ত সভাপতিক লগত লৈ কৰিশ্মাৰ ঘৰলৈ যোৱা পথৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিছিল। ৰাইজে কৰায়ত্ত কৰি মন্ত্ৰীৰ ভুৱা PAক গতাই দিলে আৰক্ষীক। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram