Site icon Guwahati Times

গহপুৰত পথ দুৰ্ঘটনা, নিহত এজন |

গহপুৰৰ টঙনা গাৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত উৎপল গাংগুলী নামৰ যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰথমে চলন্ত টেম্পুত খুন্দিয়াই ৰাস্তাত মটৰ চাইকেল সহ যুৱক জন বাগৰি পৰে পিছত গাৰ ওপৰেদি ট্ৰাক পাৰ হৈ যোৱাৰ ফলত থিতাতে নিহত হয় । নিহত যুৱক জনৰ ঘৰ গহপুৰৰ ধেনুধৰা পথাৰত।

Exit mobile version