গহপুৰত ২৮ জাতীয় সংগঠনৰ জোৰ সমদল | Md Elias Ali 7 years ago গহপুৰত আছুকে ধৰি ২৮ সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জোৰ সমদল বাহিৰ কৰে। গহপুৰৰ মাজমজিয়াৰে বাহিৰ কৰা এই সমদলত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram