গহপুৰ সমষ্টিৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭খন গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰ পদৰ বাবে আজি বিজেপিৰ ১৭০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বহু সংখ্যক সমৰ্থকে শ্লোগান বিজেপিৰ সমৰ্থনত দিয়ে। গহপুৰত সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু পৰ্যবেক্ষক অমিয় কুমাৰ ভূঞা উপস্থিত থাকে।
গহপুৰ সমষ্টিৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭খন গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰ পদৰ বাবে আজি বিজেপিৰ ১৭০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে |


