Guwahati Times

গুৱাহাটীত বানপানী দিনে দিনে বাঢ়ি আছে ,হয়নে ?

এজাক বৰষুণৰ বাবেই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি কৃত্ৰিম বানপানীৰ। কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে ইমাণ বোৰ আচঁনি প্ৰস্তুত কৰে ৰাজ্য চৰকাৰে, তাৰ পাছতো কিয় নিৰ্মূল কৰিব নোৱাৰে কৃত্ৰিম বানৰ সমস্যা। এয়া চৰকাৰৰ অৱহেলা নে অমনোযোগিতা। নে ৰাইজক দেখুৱাবলৈ হে আঁচনি বোৰ গ্ৰহণ কৰে আৰু পিছলৈ ফুটুকাৰ ফেন হৈ পৰে? এয়া হে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন………
Staff report

pic by : DEBAJIT TAYAM.

@JORABAT.

Exit mobile version