Site icon Guwahati Times

গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰাই যুৱতীক অপহৰণ, পৰিয়াললৈ আহিছে ধনদাবীৰ ভাবুকি

পুনৰ মহানগৰীত চাঞ্চল্যকৰ অপহৰণকাণ্ড। এইবাৰ গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা এগৰাকী যুৱতীক অপহৰণ। পৰিয়ালৰ সৈতে বাংগালুৰুৰ পৰা আহি আছিল যুৱতীগৰাকী। ৰে’লত থকা দুৰ্বৃত্তই যুৱতীগৰাকীক অপহৰণ কৰাৰ সন্দেহ।

যুৱতীগৰাকীৰ পিতৃৰ নাম চুহাগ উদ্দিন বুলি জানিব পৰা গৈছে। ইতিমধ্য, যুৱতীগৰাকীৰ পৰিয়ালৰ লোকলৈ আহিছে ভাবুকি ভৰা ফোন। যুৱতীগৰাকী ঘৰ কৰিমগঞ্জত। যুৱতীগৰাকীৰ সন্ধানত চলি আছে আৰক্ষীৰ তদন্ত।

Exit mobile version